অসমীয়াত কথা পাতক।
অসমীয়াত বিক্ৰী কৰক।
অসমীয়াক বিশ্বৰ সৈতে পৰিচিত কৰাওক।

নতুন পৃথিৱীক
এটা নতুন ভাষা আৰু এক নতুন প্ৰকাশভংগীৰ প্ৰয়োজন।


অসমীয়া



ভাষা
ভাৰতৰ ২২টা চৰকাৰী ভাষাৰ ভিতৰৰ অন্যতম এটা। অসমীয়া ভাষা ইণ্ডো-আৰ্য ভাষা গোটৰ আৰু ই বিভিন্ন ধৰণ আৰু আভাস যেনে ভকতীয়া উপভাষা, শিৱসাগৰ নাইবা পূৰ্ব অসমীয়াত অসমৰ ৩৩খন জিলাত কোৱা হয়। অসমীয়া ভাষাৰ নিজা লিপি আছে যিটো সম্ভৱত কামৰূপী লিপিৰ পৰা বিকাশ হৈছে। অষ্টমৰ পৰা দ্বাদশ শতিকাৰ ভিতৰত লিখা চৰ্যাপদসমূহত এই ভাষাটোৰ প্ৰথমটো বৈশিষ্ট দেখা যায়।
ਅਸਾਮ ਵਿੱਚ ਅਸਾਮੀ ਪਹੁੰਚੋ
২০১৭ চনৰ গুগল-কে.পি.এম.জি. প্ৰতিবেদনৰ মতে, ৬৮%তকৈ অধিক মানুহে তথ্য, শিক্ষা, জ্ঞান আৰু মনোৰঞ্জন আদি নিজৰ মাতৃভাযাত লাভ কৰিব বিচাৰে। একেটা প্ৰতিবেদনে এইটোও প্ৰকাশ কৰে ষে অনলাইনত অভিযোজন হোৱা অসমীয়া মানুহৰ সংখ্যা ৭০%তকৈ অধিক। আপোনাৰ সামগ্ৰী, আঁচনি, সেৱাসমূহ তেওঁলোকৰ নিজা অঞ্চলৰ ভাষা কোৱা প্ৰতিজন তেলেগুভাষীৰ ওচৰলৈ নিব বিচাৰে নেকি? নাইবা, সমগ্ৰ ভাৰতৰ তেলেগুভাষী লোকৰ ওচৰত আপোনাৰ সামগ্ৰী উপস্হাপন কৰিব বিচাৰে নেকি?
আপুনি
সমগ্ৰ ভাৰতত আপোনাৰ ব্যৱসায় বিস্তাৰ কৰিব বিচাৰে নেকি? আপোনাৰ সামগ্ৰী আৰু সেৱাসমূহ সকলো ভাৰতীয় ভাষাৰ মানুহৰ ওচৰলৈ নিব বিচাৰে নেকি?


ষ্টাৰ্টআপ?

প্ৰতিস্হান?

লিখক নাইবা পঢ়ুৱৈ?
আমি
আপোনাৰ লিখনি-ব্ৰেণ্ডিং-যোগাযোগৰ বাবে আমি এক প্ৰতিস্হান। আৰু এখন সাঁকো যিয়ে প্ৰযুক্তাৰ সৈতে অসমীয়া ভাষাক সংযোজিত কৰে।

লিখক

প্ৰযুক্তিবিদসকল।

গৱেষনাকাৰী।

ভাষা সম্পৰ্কীয় গ্ৰাহকসকল ব্যৱহাৰ কৰক
ভাৰতৰ প্ৰটিটো চুক-কোণত উপস্হিতি লাভ কৰক
প্ৰযুক্তিগত যোগাযোগ আৰু তথ্যৰ আদান-প্ৰদান ব্যৱস্হাৰ সম্ভাৱনা খৰকৈ সলনি হৈছে। ভাৰতীয় ভাষাৰ মানুহখিনিও এই সভ্যতা আন্দোলনৰ সক্ৰিয় সদস্য হব বিচাৰে। তেওঁলোকে ইয়াৰ অগ্ৰগতি বিচাৰে। সকলোকে আকোঁৱালি লওক। সকলোৰে কাষ চাপক।

আপোনাৰ ব্যৱসায় অসমীয়া ভাষা কোৱা অঞ্চলত নেকি আৰু আপুনি ৰাজ্যখনৰ ৩৫খন জিলাত অসমীয়া ভাষা কোৱা লোকৰ লগতে ইয়াৰ বাহিৰৰ বজাৰখনৰ কাষ চাপিব বিচাৰে, তেনেহ’লে আপোনাক আমাৰ আমাৰ প্ৰয়োজন হ’ব পাৰে। আমাৰ অগতানুগতিক লেখকসকলে আপানাৰ ব্ৰেণ্ড আৰু সামগ্ৰীৰ বাবে এক ভাষা আৰু ব্যক্তিত্ব তৈয়াৰ কৰিব।
কথন আৰু লিখনি মানৱ যোগাযোগ ব্যৱস্থাৰ দুটা গুৰুত্বপূৰ্ণ ব্যৱস্থা। প্ৰতিটো সংস্থা আৰু ব্যৱসায়ে তেওঁলোকৰ নিজৰ ভাষাৰ গ্ৰাহকৰ কাষ চাপিব বিচাৰে। সকলো ব্যক্তিয়েই অনন্য যদিও, বহুতৰে সামাজিক প্ৰয়োজনীয়তাসমূহ একেই। আপোনাৰ সামগ্ৰী, সেৱা বা পৰিকল্পনা যিয়েই নহওক, আমি আপোনাৰ মাতৃভাষাৰ গ্ৰাহকসকলৰ কাষ চাপিবলৈ আমি সহায় কৰিম।
আমি ভাৰতৰ ২২টা চৰকাৰী ভাষাত বিভিন্ন সেৱা আগবঢ়াও। আপোনাৰ সংস্থানে যদি কোনো ভাষাসম্পৰ্কীয় সেৱা বিচাৰিছে, তেনেহ’লে আমাৰ সৈতে সংযোজিত হওক। ৱৰ্ডৱাইজৰ লেখকসকলৰ ভাৰতৰ সংস্কৃতি, ভূগোল, সমাজৰ বিষয়ে গভীৰ জ্ঞান আছে আৰু আপোনাৰ সেৱাসমূহ ভাৰতৰ প্ৰটিটো কোণত উপস্থিত হোৱাত সহায় কৰিব। প্ৰটিটো ভাৰতীয় ভাষাৰ লোকৰ কাষ চাপক। তেওঁলোকৰ সৈতে সংযোজিত হওক আৰু আপোনাৰ সেৱা আৰু পৰিকল্পনাসমূহ বিক্ৰী কৰক।

অসমীয়া আৰু ২২ টা ভাৰতীয় চৰকাৰী ভাষাৰ মূল প্ৰবন্ধ।
অসমীয়া আৰু ইয়াৰ উপভাযাত ৱেবছাইট, এপ হাইপাৰ আৰু স্থানীয়কৰণ।
অসমীয়া ভাষাত বিশ্বস্তৰীয় গেমিং শব্দ অনা।
বোলছবি, দূৰদৰ্শন, অ.টি.টি. আৰু ডকুমেণ্টেৰিৰ বাবে এণ্ড-টু-এণ্ড লিখনি।

এটা শব্দৰ অৰ্থ কোনো এটা ভাষাত সাধাৰণভাৱে বুজাই দিয়াৰ অৰ্থ অনুবাদ নহয়। এইটো এটা মূল্য যোগ কৰা ব্যৱস্থা। ই মানুহৰ জ্ঞানৰ পৰিধি প্ৰসাৰ কৰা এক কাৰ্য। এইটো আপোনাৰ প্ৰসাৰ ক্ৰমান্বয়ে বৃদ্ধি কৰা এক পথ।
অনুবাদ এক কলা আৰু ইয়াৰ ইতিহাস ৬০০০ বছৰ পুৰণি। এইটো কোৱা হয় যে যিয়ে দুটা ভাষা নাজানে, তেখেতে প্ৰকৃততে এটাও নাজানে।! গুন্থাৰ গ্ৰাছে কৈছে যে “অনুবাদ সেইটো যিয়ে সকলো ৰুপান্তৰ কৰে কিন্তু কোনো পৰিৱৰ্তন নকৰে। “ আমাৰ অনুবাদকসকল কম্পিউটাৰাইজড অনুবাদ (MTPE) আৰু সম্পাদনাত পাৰদৰ্শী। আমি আক্ষৰিক আৰু সাৰাংশৰ অনুবাদো কৰোঁ।
বহুতো কৰ্পোৰেট, চৰকাৰী বিভাগ আৰু বেচৰকাৰী সংগঠনে আমাৰ সেৱাৰ পৰা লাভান্বিত হৈছে। আপোনাৰ সংগঠন আৰু সামগ্ৰীবোৰ আন এটা ভাষাত পৰিচয় কৰাওক। আপোনাৰ ব্ৰেণ্ডটো মানুহৰ মাজত জনাজাত আৰু প্ৰিয় কৰি তোলক। আমাৰ উৎকৃষ্ট অনুবাদকসকলে আপোনাক সকলো ধৰণৰ অনুবাদৰ প্ৰয়োজনীয়তাত সহায় কৰে। ভাষা কোনো বাধা নহয়; এইটো এক নতুন পৃথিৱীৰ প্ৰৱেশদ্বাৰ।

কম্পিউটাৰ সহায়ক অনুবাদৰ (চি.এ.টি.) পৰা আৰম্ভ কৰি বিভিন্ন ক্ষমতাৰ অভিজ্ঞ লেখক আৰু অনুবাদকৰ পৰা মানৱীকৃত সম্পাদনাৰ পৰা অনুবাদলৈকে।
ভৌগোলিক, সাংস্কৃতিক আৰু চাৰিত্ৰিক প্ৰসংগৰ সৈতে সামঞ্জস্য ৰাখি চাবটাইটেল।
মেচিন অনুবাদ উন্নত কৰাৰ বাবে ব্যাকৰণগত নিয়ম অনুসৰি অসমীয়া ভাষাৰ তথ্য মেপ কৰা।
বিষয়বস্তু বিশেষজ্ঞ, প্ৰশিক্ষক, সমগ্ৰ ক্ষেত্ৰৰ প্ৰতিভাৰ বাবে - আমাৰ সৈতে যোগাযোগ কৰক। একাধিক ভাৰতীয় ভাষাত আপোনাৰ কণ্ঠস্বৰ প্ৰতিধ্বনিত কৰক।

ভাৰতৰ জনগাঁথনি বৰ্ণাঢ্য। ভাৰতীয়সকলৰ প্ৰয়োজনীয়তাও ভিন্ন। আমি ব্যৱসায়ক ভাষা বিষয়ত, স্থানীয়কৰণ আৰু তেওঁলোকৰ সামগ্ৰীসমূহ ব্যক্তিগতকৰণত সহায় কৰোঁ। আমি সামগ্ৰীসমূহৰ বিৱৰণ স্থানীয়কৰণ কৰাৰ পৰা এপ আৰু ৱেবছাইট মাৰাঠী ভাষাত স্থানীয়কৰণ কৰালৈকে সেৱা আগবঢ়াও।
সামগ্ৰী এটা সকলোৰে বাবে উপযুক্ত নহ’ব পাৰে। সেয়াও ভাৰতৰ দৰে ভৌগোলিকভাৱে বিশাল, সামাজিক বৈচিত্ৰ্যপূৰ্ণ আৰু সাংস্কৃতিকভাৱে জীৱন্ত দেশত, আপুনি স্থানীয় লোকসকলৰ সোৱাদ, ভাষা আৰু প্ৰয়োজনীয়তা অনুসৰি সামগ্ৰী আৰু পৰিকল্পনাবোৰ স্থানীয়কৰণ আৰু ব্যক্তিগতকৰণ কৰিব বুলি আশা কৰা হৈছে। অধ্যয়নবোৰে স্পষ্টভাৱে দেখুৱাইছে, সেৱাবোৰ আঞ্চলিক ভাষাত প্ৰদান কৰাৰ ফলত গ্ৰাহকৰ অধিগ্ৰহণ বৃদ্ধি হৈছে।
আপোনাৰ ব্ৰেণ্ড আৰু সামগ্ৰী ভাৰতৰ প্ৰটিটো চুকে-কোণে উপনীত হোৱাৰ বাবে আমি লেখক, অনুবাদক, ডিজাইনাৰ আৰু বিষয়বস্তু বিশেষজ্ঞ আৰু স্থানীয় লোকসকলক নিয়োগ কৰোঁ। আমাৰ সেৱাৰ সুবিধা লওক আৰু গ্ৰাহকৰ নিৰ্দিষ্ট ভাষাত আপোনাৰ সামগ্ৰীৰ মূল্য সঠিকভাবে প্ৰকাশ কৰক। আন এক প্ৰকাৰে, ৱৰ্ডৱাইজে বিশ্বব্যাপী প্লেটফৰ্ম আৰু বজাৰত আঞ্চলিক সামগ্ৰী আৰু পৰিকল্পনা প্ৰদৰ্শন কৰাত সহায় কৰে।

আপোনাৰ এপ, ৱেবচাইট, গেমসমূহ অসমীয়া ভাষাৰ শ্ৰোতাৰ কাষলৈ নিয়ক।
সামগ্ৰী আৰু উপভোক্তাৰ মাজত ভাষা আৰু যোগাযোগৰ বাধাবোৰ আঁতৰ কৰক।
গাওঁ, হোবলি, তালুক আৰু জিলাৰ লোকসকলে আপোনাৰ সামগ্ৰী আৰু সেৱা বিচাৰিব পাৰে।
বিভিন্ন ৰাজ্য আৰু বিভিন্ন ভাষাৰ একে চিন্তাধাৰাৰ লোক আছে। তেওঁলোকৰ সৈতে সংযোগিত হওক।

এইটো ৱৰ্ডৱাইজৰ এটা মৌলিক সেৱা। এতিয়ালৈকে আপুনি আপোনাৰ মৌলিক সামগ্ৰী অসমীয়াত বিক্ৰী কৰি আছিল। ইয়াৰ কাৰণ ভাষাৰ ব্যৱধান আছিল, নহয়নে? এতিয়া প্ৰতিজন ভাৰতীয়ৰ কাষ চপাৰ লগতে ইয়াৰ বাহিৰলৈও প্ৰসাৰ লাভ কৰক। আমাৰ পাৰদৰ্শী লেখকসকল আৰু বিক্ৰেতাসকলে, তেওঁলোকৰ আচৰ্যকৰ লেখন শৈলীৰে আপোনাক ২২টা ভাৰতীয় চৰকাৰী ভাষাত বিক্ৰী কৰাত সহায় কৰিব।
ভাৰতত ১২১টাতকৈও অধিক মুখ্য ভাষা আৰু ১৫০০তকৈও অধিক সাধাৰণ ভাষা আৰু উপভাষাৰ সৈতে ২২ টা চৰকাৰী ভাষা আছে। এতিয়া, ডিজিটাইজেচনৰ সহায়ত, এটা ভাৰতীয় ভাষা কোৱা এজন ব্যক্তি বা উদ্যোগীয়ে তেওঁলোকৰ বজাৰ সম্প্ৰসাৰণ কৰিবলৈ ৰাজ্য আৰু ভাষাৰ সীমা অতিক্ৰম কৰিব পাৰে। ক্ষুদ্ৰ আৰু মজলীয়া আকাৰৰ ব্যৱসায়সমূহেও ভাষাৰ সহায়ত তেওঁলোকৰ বজাৰৰ অংশ সম্প্ৰসাৰ কৰিব পাৰে।
২২% ভাৰতীয় দ্বিভাষিক বা বহুভাষী যিয়ে একাধিক ভাষাত কথা পাতে। ৱৰ্ডৱাইজৰ বিশেষত্ব হ’ল আমি ৪৬২ টা ভাৰতীয় ভাষাৰ সংমিশ্ৰণত অনুবাদ কৰোঁ। আমি আপোনাৰ ভাষাৰ প্ৰয়োজনীয়তাৰ সৈতে অত্যন্ত দক্ষ অনুবাদক, বহুভাষী, আঞ্চলিক বিশেষজ্ঞ আৰু বজাৰ পণ্ডিতসকলক সংলগ্ন কৰোঁ। আন্তঃভাষিক সেৱাৰ লক্ষ্য হৈছে ভাৰতৰ ব্যতিক্ৰমী বৈচিত্ৰ্যপূৰ্ণ সংস্কৃতিৰ পৰিচয় দিয়া আৰু আঞ্চলিক বজাৰসমূহ সম্প্ৰসাৰিত কৰা।

ৱৰ্ডৱাইজত দ্বিভাষিক আৰু বহুভাষী অনুবাদক আছে যিয়ে ৪৬৪ টা ভাষাৰ সংমিশ্ৰণত অনুবাদ কৰিব পাৰে।
আপোনাৰ সীমা অতিক্ৰম কৰি আপোনাৰ সেৱা, সামগ্ৰী আৰু ধাৰণা বিক্ৰী কৰক। অনুপ্ৰাণিত কৰক।
ভাৰতীয় ভাষাসমূহৰ মাজত ৰন্ধনশৈলী, দক্ষতা, শিক্ষা ভাগ বতৰা কৰাৰ লগতে বিকাশ কৰক।
ভাষা হৈছে এক মূল্য। আপোনাৰ সামগ্ৰীবোৰত এই মূল্য যোগ দিয়ক।

আমি নতুন যুগৰ কোম্পানী। আমাৰ লক্ষ হৈছে ভাৰতীয় লোকসকলক তেওঁলোকৰ বৈজ্ঞানীক আৰু প্ৰযুক্তিগত অগ্ৰগতিৰ লগতে এপ্লিকেছনসমূহ নিজৰ ভাষাত লাভ কৰা। আপোনালোকক এপ আৰু ৱেবছাইটসমূহ নিজৰ ভাষাত তৈয়াৰ কৰাৰ লগতে অসমীয়া ভাষাৰ প্ৰযুক্তিগত উন্নয়নত অৱদান আগবঢ়োৱালৈকে।
ইউৰোপীয় ভাষাসমূহ, আশানুযায়ী, প্ৰযুক্তিগত উন্নতিৰ দিশত বাকী বিশ্বতকৈ ভালদৰে লাভান্বিত হৈছিল। ভাৰতে স্বাধীনতা লাভ কৰাৰ সময়ত, ষ্টেনফৰ্ডত স্বাভাৱিক ভাষা প্ৰক্ৰিয়াকৰণৰ ওপৰত গৱেষণা আৰম্ভ কৰা হৈছিল। এতিয়া, ভাৰতীয় ভাষাবোৰক অত্যাধুনিক প্ৰযুক্তিৰ সৈতে একত্ৰিত কৰাৰ সময়।
ৱৰ্ডৱাইজৰ প্ৰতিবেদন, জৰীপ, অধ্যয়নে আপোনাৰ সংগঠনক অসমত বিভিন্ন শাখা, শ্ৰেণী, আগ্ৰহৰ লোকসকলৰ ওচৰ চপাত সহায় কৰে। আপোনাৰ সামগ্ৰী আৰু সেৱাবোৰ আপোনাৰ উদ্দেশ্যৰ দৰ্শক আৰু গ্ৰাহকৰ কাষ চাপিবলৈ আমাৰ অনুবাদ, স্থানীয়কৰণ আৰু লিখন সেৱা ব্যৱহাৰ কৰক। আঞ্চলিক বজাৰ আৰু উপভোক্তাৰ প্ৰকাৰ সম্পৰ্কে আমাৰ প্ৰতিবেদনে এম.এছ.এম.ই.সমূহক দেশজুৰি সম্প্ৰসাৰিত কৰাত সহায় কৰে আৰু বজাৰ সম্প্ৰসাৰণৰ বাবে দিগদৰ্শক হিচাপেও কাম কৰে।

আঞ্চলিক বজাৰসমূহ সঠিকভাবে বুজিবলৈ ৱৰ্ডৱাইজৰ জৰীপ, বিশ্লেষণ, প্ৰবন্ধ ব্যৱহাৰ কৰক।
আমাৰ পৰিসাংখ্যিক বজাৰ গৱেষণা আৰু ব্যক্তিগতকৃত বিপণন সমলৰ সৈতে সম্পূৰ্ণৰূপে অধিক-স্থানীয় হৈ পৰক।
আপোনাৰ তথ্য আৰু সমল আমাৰ ক্লাউড-আধাৰিত ডেশ্বব'ৰ্ডত সুৰক্ষিত আৰু সুৰক্ষিত। যিকোনো সময়তে প্ৰৱেশাধিকাৰ লাভ কৰক।
শিক্ষণ ব্যৱস্থাপনা প্ৰণালী আৰু অন্যান্য ডেশ্বব'ৰ্ডৰ বাবে ভাষা আৰু এপিআই সমৰ্থন।
আমাৰ অধিক আৰু বৰ্ধিত সেৱাৰ বিষয়ে জানিবলৈ

সংখ্যাসমূহ
সংখ্যাৰ স্কেলত বৰ্ণমালাসমূহ।
আমাৰ অংশীদাৰ আৰু গ্ৰাহকসকল












প্ৰশংসা
কৰ্মপ্ৰেমী







আমাৰ WordWise গেলেৰী চাওক
ভাৰতীয় ভাষা, ভাষাবিজ্ঞান আৰু ভাষা প্ৰযুক্তিৰ ওপৰত গুৰুতৰ, বিদ্বান বিষয়ৰ বাবে

জ্ঞান কল্পনা প্ৰজ্ঞাৰ
পঢ়াৰ আচৰিত জগতখনলৈ আপোনাক স্বাগতম
ভাৰতীয় ভাষা, ভাষাবিজ্ঞান আৰু ভাষা প্ৰযুক্তিৰ ওপৰত গুৰুতৰ, বিদ্বান বিষয়ৰ বাবে

Language before the Evolution the Language
In a study published in Science Advances, Stuart K. Watson and colleagues investigate the ability of monkeys, apes, and humans to process nonadjacent dependencies in

Addressing the Needs of Multilingual Learners
With globalization, there has been an increasing demand for education systems to accommodate the needs of multilingual learners.

Importance of Preserving India’s Endangered Languages
India is home to a diverse range of languages. The other spectrum of this reality is many of these languages are endangered and at risk

আপুনি কিবা এটা নিৰ্দিষ্ট বস্তু বিচাৰিছেনে?

আহক আমি সম্পৰ্কত থাকোঁ
